Section A - General
'ক' শাখা - সকলোৰে বাবে প্ৰযোজ্য সাধাৰণ প্ৰশ্ন

At the very outset we thank you for your participation in this survey. Your opinion through this survey will help us assist the government in preparing a road map for the next 10 years for development of veterinary and animal husbandry sector in Assam. The survey is designed for officials, veterinarians, academicians, conscious farmers, business executives, students and other professionals from India and abroad. You will require approximately 30- 45 minutes of quality time to complete the survey. We believe that as a passionate individual, for whom the state of Assam and the sector is of interest, you will willingly volunteer the time required for the success of the survey. We intend to acknowledge your support through various mediums.  

For any assistance you can contact us. The survey is also available online at www.vethelplineindia.co.in
 
IMPORTANT NOTE: It is advisable to take the survey on a computer (laptop/desktop) with a good internet connectivity. If you can't complete the survey due to connectivity issues/leave the survey before completion, the system discards all your responses. To respond again, you have to begin from start. 

এই সমীক্ষাত অংশ লোৱাৰ বাবে আপোনাক আমি প্ৰথমতেই ধন্যবাদ জনাইছোঁ। অহা ১০ বছৰৰ বাবে অসমৰ পশু চিকিৎসা আৰু পশুপালন ক্ষেত্ৰৰ বিকাশ আৰু উন্নয়নৰ বাবে এক কৰ্মসূচী তৈয়াৰ কৰাত এই সমীক্ষাত দিয়া আপোনাৰ মতামত সহায়ক হ’ব। এই সমীক্ষা বিষয়া, পশু চিকিৎসক, শিক্ষাবিদ, সচেতন কৃষক, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী আৰু অন্য পেছাদাৰী সকলক উদ্দেশ্য কৰি সজোৱা হৈছে। এই সমীক্ষাত আপোনাৰ সম্পূৰ্ণ মতামত দিবৰ বাবে আপোনাৰ মূল্যবান সময়ৰ ৩০-৪৫ মিনিট ব্যয় হ’ব। আমি আশাকৰোঁ যে অসমৰ এই বিশেষ ক্ষেত্ৰটোৰ প্ৰতি আগ্ৰহ থকা এজন সচেতন, উদ্যোগী নাগৰিক হিচাপে আপুনি স্বেচ্ছামূলকভাৱে এই সময়খিনি সমীক্ষাটোৰ বাবে দিব আৰু আপোনাৰ এই সহযোগিতাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ থাকিম।

সমীক্ষাটোৰ প্ৰশ্নাৱলীৰ উত্তৰ দিওঁতে কিবা অসুবিধাৰ সন্মুখীন হ’লে আপুনি তলত দিয়া সূত্ৰত আমাক যোগাযোগ কৰিব পাৰে। এই সমীক্ষাটো www.vethelplineindia.co.in ৱেবচাইটতো উপলব্ধ।
 
গুৰুত্বপূৰ্ণ টোকা- এই সমীক্ষাটোত অংশগ্ৰহণ কৰোঁতে তুলনামূলক ভাৱে ভাল ইন্টাৰনেটৰ সংযোগ থকা কম্পিউটাৰ (লেপটপ অথবা ডেস্কটপ)-ৰ পৰা সংযোগ স্থাপন কৰিলে ভাল। ইন্টাৰনেট সংযোগৰ বিজুতিৰ বাবে সমীক্ষাটো সম্পূৰ্ণ কৰিব নোৱাৰিলে অথবা অন্য কিবা কাৰণত সমীক্ষাটো আধৰুৱা হৈ ৰ'লে সমীক্ষা তথ্য-প্ৰণালীয়ে আপোনাৰ অংশগ্ৰহণৰ তথ্য গ্ৰহণ কৰিবলৈ অপৰাগ হয়। এনেকুৱা হোৱাৰ পিছত সমীক্ষাটোত আকৌ অংশ লৈ সম্পূৰ্ণ কৰিবলৈ হ'লে একেবাৰে প্ৰথমৰ পৰাই অংশ ল'ব লগীয়া হ'ব।

Mobile & WhatsApp (মোবাইল আৰু হুৱাটচএপ):  94359 11606
Email (ইমেইল): assamvetroadmap@gmail.com
 
Survey team at Vet Helpline India Pvt. Ltd.
সমীক্ষা দল, ভেট হেল্পলাইন ইণ্ডিয়া প্ৰা. লি.
-----------------------------------------------------------
 
 
 

* 1. Name of the participant
[ অংশগ্ৰহণকাৰীৰ নাম ]

* 2. Name of your organisation (if any)
[ জড়িত প্ৰতিষ্ঠানৰ নাম (যদি জড়িত) ]

* 3. Permanent postal address
[ স্থায়ী ঠিকনা ]

* 5. PIN
[ ডাকঘৰৰ পিন ]

* 6. Mobile number
[ মোবাইল নম্বৰ ]

* 7. Email [ ই-মেইল ঠিকনা ]

T